आविध्य भीमो5पि गदां सुघोरां विचिक्षिपे रोषपरीतमूर्ति: । सा तस्य शक्ति सहसा विरुज्य पुत्र तवाजी ताडयामास मूर्श्नि
ইফালে ৰোষে আচ্ছন্ন ভীমেও নিজৰ অতি ভয়ংকৰ গদা ঘূৰাই নিক্ষেপ কৰিলে। সেই গদাই যুদ্ধক্ষেত্ৰত তাৰ নিক্ষিপ্ত শক্তিক সহসা চূৰ্ণ-বিচূৰ্ণ কৰি আপোনাৰ পুত্ৰৰ মূৰত গৈ আঘাত কৰিলে।
संजय उवाच