अथ तान् द्विरदान् सर्वान् नानालिज्जैः शरोत्तमै: । सपताकथध्वजारोहान् गिरीन् वजैरिवाहनत्
তাৰ পাছত নানাবিধ লাঞ্ছনযুক্ত শ্ৰেষ্ঠ বাণে অৰ্জুনে পতাকা, ধ্বজ আৰু আৰোহীসহ সেই সকলো হাতীক তেনেদৰে নিপাত কৰিলে, যেন ইন্দ্ৰই বজ্ৰাঘাতে পৰ্বতসমূহক ভূমিসাৎ কৰে।
संजय उवाच