अद्यैतद् वै विदितं पार्थिवानां भविष्यति हाकुमारं च सूत । निमग्नो वा समरे भीमसेन एक: कुरून् वा समरे व्यजैषीत्
হে সূত, আজি শিশুৰ পৰা বৃদ্ধলৈ সকলো ৰজাৰ ওচৰত এই কথা স্পষ্ট হ’ব—ভীমসেন সমৰ-সাগৰত নিমজ্জিত হ’ল নে, নতুবা একাই যুঁজত সমগ্ৰ কৌৰৱক জয় কৰিলে।
भीमसेन उवाच