अकाल चतु:ःसप्ततितमो< ध्याय: अर्जुनके वीरोचित उदगार संजय उवाच स केशवस्य बी भत्सु: श्रुत्वा भारत भाषितम् । विशोकः: सम्प्रहृष्टश्न क्षणेन समपद्यत
সঞ্জয়ে ক’লে—হে ভৰতনন্দন! কেশৱ শ্ৰীকৃষ্ণৰ এই বাক্য শুনি বিভৎসু অৰ্জুন মুহূৰ্ততে শোকমুক্ত হৈ হৰ্ষ আৰু উদ্যমে পৰিপূৰ্ণ হ’ল।
संजय उवाच