कर्णभीमसमागमः | Karṇa–Bhīma Encounter
शल्य उवाच मयाप्येतन्नरश्रेष्ठ बहुशो5मरसिंहयो:
śalya uvāca mayāpy etan naraśreṣṭha bahuśo ’marasimhayoḥ
শল্যে ক’লে—নরশ্ৰেষ্ঠ! অমৰসকলৰ মাজত সিংহসমান সেই দুজন বীৰৰ বিষয়ে এই কথা মইও বহুবার শুনিছোঁ।
शल्य उवाच