कर्णेन युधिष्ठिरानीकविदारणम् / Karṇa’s Breach of Yudhiṣṭhira’s Battle-Line
श्रुत्वा चैतद् वचन्रित्रं हेतुकार्यार्थसंहितम् । कुरु शल्य विनिश्चित्य माभूदत्र विचारणा
শল্য! কাৰণ-কাৰ্যসহিত এই বিচিত্ৰ ঐতিহাসিক বচন শুনি ভালদৰে নিশ্চয় কৰি মোৰ কাৰ্য কৰা; এই বিষয়ে তোমাৰ মনত যেন অন্যথা চিন্তা নাথাকে।
पितामह उवाच