स्थित्वा विष्टभ्य चरणौ भीमेन शिनिपुज्भव:
sthitvā viṣṭabhya caraṇau bhīmena śinipujbhavaḥ
সঞ্জয়ে ক’লে—চৰণ দুটা দৃঢ়কৈ স্থাপন কৰি স্থিৰ হৈ থিয় দি শিনিবংশজাত (সাত্যকি) ভীমৰ সন্মুখত নিজকে অটল কৰিলে।
संजय उवाच