ते चापि सर्वप्रवरा नरेन्द्रा महाबला वर्मिणश्रूर्मिणक्ष । हर्षान्विता युयुधुस्तस्य राजन् समनन््ततः: पाण्डवयोधवीरा:,राजन! तब पाण्डवपक्षके सर्वश्रेष्ठ महाबली वीर योद्धा नरेश भी कवच और ढालसे सुसज्जित हो हर्ष और उत्साहमें भरकर सब ओरसे उस राक्षसके साथ युद्ध करने लगे
সঞ্জয়ে ক’লে—ৰাজন! তেতিয়া পাণ্ডৱপক্ষৰ সৰ্বশ্ৰেষ্ঠ মহাবলী, বর্ম আৰু ঢালে সজ্জিত বীৰ নৃপতিসকল হর্ষ-উৎসাহে ভৰি, চাৰিওফালৰ পৰা সেই ৰাক্ষসৰ সৈতে যুদ্ধ কৰিবলৈ ধৰিলে।
संजय उवाच