Varṣa-Parvata-Nivāsinām Varnanam
Description of Regions, Mountains, and Their Inhabitants
अपरे क्षत्रियाश्रैव नानाजनपदेश्वरा: । ये गृद्धा भारते वर्षे न मृष्यन्ति परस्परम्
আন আন বহু জনপদৰ অধিপতি ক্ষত্ৰিয়সকলেও ভাৰতবৰ্ষৰ প্ৰতি গৃধ্ৰদৃষ্টি ৰাখিছে; তেওঁলোকে পৰস্পৰৰ উন্নতি সহ্য কৰিব নোৱাৰে।
संजय उवाच