Daiva–Puruṣakāra Discourse and the Elephant-Corps Engagement (भीमगजानीक-सम्भ्रान्ति)
हतारोहाश्न मातड्रा: पाण्डवेन कृता रणे
ৰণক্ষেত্ৰত পাণ্ডুনন্দন ভীমে সৱাৰসকলক নিধন কৰাৰ পাছত বহু মত্ত হাতী বতাহত মেঘৰ দৰে কৌৰৱসেনাৰ মাজত ইফালে-সিফালে দৌৰিবলৈ ধৰিলে; নিজৰেই সৈন্যদলক পিষি, বাণৰ বেদনাত ব্যাকুল হৈ আৰ্তনাদ কৰিবলৈ ধৰিলে।
संजय उवाच