Viśvarūpa-darśana (The Vision of the Universal Form) — महायोगेश्वरस्य विश्वरूपदर्शनम्
सम्बन्ध--इस प्रकार समस्त कमोंको आपके अर्पण करनेसे कया होगा; इस जिज्ञासापर कहते हैं-- शुभाशुभफलैरेवं मोक्ष्यसे कर्मबन्धनै: । संन्यासयोगयुक्तात्माः विमुक्तो मामुपैष्यसि
śubhāśubhaphalair evaṁ mokṣyase karmabandhanaiḥ | saṁnyāsayogayuktātmā vimukto mām upaiṣyasi ||
এইদৰে সকলো কৰ্ম মোক অৰ্পণ কৰিলে তুমি শুভ-অশুভ ফলৰূপ কৰ্মবন্ধনৰ পৰা মুক্ত হ’বা। সন্ন্যাস-যোগে সংযতচিত্ত হৈ, বিমুক্ত হৈ তুমি মোকেই প্ৰাপ্ত হ’বা।
अजुन उवाच