ध्यानयोगः — Dhyāna-Yoga
Discipline of Meditation and Mental Restraint
तस्मादज्ञानसम्भूत॑ हृत्स्थं ज्ञानासिना55त्मन: । छित्त्वैनं संशयं योगमातिष्लोत्तिष्ठ भारत
সেয়ে, হে ভাৰত! হৃদয়ত অৱস্থিত অজ্ঞানজনিত এই সংশয়ক জ্ঞান-তৰোৱালৰে ছিন্ন কৰি, সমত্বৰূপ কৰ্মযোগত প্রতিষ্ঠিত হওক; আৰু যুদ্ধৰ বাবে উঠি থিয় হওক।
अजुन उवाच