अनीकव्यूहप्रतिव्यूहः
Counter-deployment of Divisions and the Opening Tumult
यथोद्दिष्टान्यनीकानि प्रत्यव्यूहन्त पाण्डवा: | स्वर्ग परममिच्छन्त: सुयुद्धेन कुरूद्वहा:
কুৰুকুলৰ ধুৰন্ধৰ পাণ্ডৱসকলে, উত্তম যুদ্ধৰ দ্বাৰা পৰম স্বৰ্গ লাভৰ আকাঙ্ক্ষাৰে, শাস্ত্ৰোক্ত বিধি অনুসৰি শত্রুৰ সন্মুখত নিজৰ সেনাদলক প্ৰতিব্যূহত সাজিলে।
संजय उवाच