भीष्मपर्व — अध्याय २: संजयस्य दिव्यदृष्टिप्रदानम् तथा निमित्तवर्णनम्
Granting Sañjaya Divine Sight and the Description of Omens
वैशम्पायन उवाच एतस्मिन् नेच्छति द्रष्टूं संग्रामं श्रोतुमिच्छति । वराणामीश्वरो व्यास: संजयाय वरं ददौ
বৈশম্পায়নে ক’লে—হে জনমেজয়! ব্যাসে দেখিলে যে ধৃতৰাষ্ট্ৰ যুদ্ধৰ দৃশ্য চাবলৈ নাচায়, কিন্তু তাৰ সম্পূৰ্ণ সংবাদ শুনিব বিচাৰে। তেতিয়া বৰদানত সমৰ্থ সেই মহর্ষি ব্যাসে সঞ্জয়ক বৰ দি ক’লে।
वैशम्पायन उवाच