धनं दत्त्वा विसृज्यन्तां पूजयित्वा चिकित्सका: । एवंगते मयेदानीं वैद्ये: कार्यमिहास्ति किम्
এই চিকিৎসকসকলক ধন দি, পূজাপূৰ্বক সন্মান কৰি বিদায় দিয়া। মোৰ অৱস্থা এনেকুৱা হৈ পৰিছে; এতিয়া ইয়াত এই বৈদ্যসকলৰ সৈতে মোৰ আৰু কি প্ৰয়োজন?
संजय उवाच