जघान द्रुपदानीके रथान् सप्त महारथ: । तत: किलकिलाशब्द: क्षणेन समभूत् तदा
sañjaya uvāca | jaghāna drupadānīke rathān sapta mahārathaḥ | tataḥ kilakilāśabdaḥ kṣaṇena samabhūt tadā ||
সঞ্জয় ক’লে— সেই মহাৰথীয়ে দ্ৰুপদৰ সেনাব্যূহত সাতখন ৰথ ধ্বংস কৰিলে। তেতিয়াই ক্ষণমাত্ৰতে ৰণক্ষেত্ৰত কিলকিলাধ্বনি আৰু মহা কোলাহল উঠিল।
संजय उवाच