Subhadrā’s Petition to Kṛṣṇa for the Revival of Parīkṣit (अभिमन्युज-प्राणरक्षा-प्रार्थना)
उत्तरा हि पुरोक्त वै कथयत्यरिसूदन । अभिमन्योर्वच: कृष्ण प्रियत्वात् तन्न संशय:
“অৰিসূদন শ্ৰীকৃষ্ণ! মোৰ বোৱাৰী উত্তৰা অভিমন্যুৱে আগতে কোৱা সেই কথাখিনি অতি প্ৰিয় বুলি বাৰে বাৰে পুনৰুক্তি কৰে। সেই কথাৰ সত্যতাত মোৰ একো সন্দেহ নাই।”
वैशम्पायन उवाच