युद्धसंग्रहः
Kurukṣetra Campaign in Summary
वैशम्पायन उवाच उत्तड़काय वरं दत्त्वा प्रायात् सात्यकिना सह । द्वारकामेव गोविन्द: शीघ्रवेगैर्महाहयै:
বৈশম্পায়নে ক’লে—উত্তঙ্কক বৰ দান কৰি গোবিন্দ সাথ্যকিৰ সৈতে মহাবেগী শীঘ্ৰগামী অশ্বসমূহেৰে দ্বাৰকাৰ দিশে যাত্ৰা কৰিলে।
वैशम्पायन उवाच