उत्तङ्कोपाख्यानम् — Maṇi-Kuṇḍala Retrieval and Entry into Nāgaloka
Chapter 57
वैशम्पायन उवाच इत्युक्तस्त्वब्रवीद् राजा तमुन्तड़कं पुनर्वच: । गच्छ मद्वचनादू देवीं ब्रूहि देहीति सत्तम
বৈশম্পায়নে ক’লে— এই কথা কোৱা হ’লে ৰজাই উত্তঙ্কক পুনৰ ক’লে— ‘সত্তম! মোৰ আদেশে ৰাণীৰ ওচৰলৈ যোৱা আৰু কোৱা— “কুণ্ডল দিয়া।”’
वैशम्पायन उवाच