उत्तङ्कोपाख्यानम् — Maṇi-Kuṇḍala Retrieval and Entry into Nāgaloka
Chapter 57
उत्तड़्क उवाच प्रतिग्राह्ो मतो मे त्वं सदैव पुरुषर्षभ । सो हं त्वामनुसम्प्राप्तो भिक्षितुं मणिकुण्डले
উত্তঙ্কে ক’লে— পুৰুষশ্ৰেষ্ঠ! আপোনাৰ দান মই সদায় গ্ৰহণযোগ্য বুলি মানো। সেয়ে এই সময়ত আপোনাৰ ৰাণীৰ দুটা মণিময় কুণ্ডল ভিক্ষা কৰিবলৈ মই ইয়ালৈ আহিছোঁ।
उत्तड़्क उवाच