तमोगुण-निरूपण
Analysis of Tamas and its Marks
तमसो मिथुन सत्त्वं सत्त्वस्य मिथुनं रज: । रजसश्षापि सत्त्वं स्यात् सत्त्वस्य मिथुनं तम:
তমৰ প্ৰতিদ্বন্দ্বী সত্ত্ব, আৰু সত্ত্বৰ প্ৰতিদ্বন্দ্বী ৰজ। তদ্ৰূপ ৰজৰ প্ৰতিদ্বন্দ্বীও সত্ত্ব, আৰু সত্ত্বৰ প্ৰতিদ্বন্দ্বী তম।
वायुदेव उवाच