Arjuna’s request to Krishna and the opening of the Kāśyapa–Brāhmaṇa mokṣa discourse (Āśvamedhika-parva 16)
प्रीतो5स्मि ते महाप्राज्ञ ब्रूहि किं करवाणि ते । यदीप्सुरुपपन्नस्त्वं तस्य कालोडयमागत:
হে মহাপ্ৰাজ্ঞ! মই তোমাৰ ওপৰত অতি প্ৰসন্ন। কোৱা, তোমাৰ কোন প্ৰিয় কাৰ্য মই কৰোঁ? যি বস্তু লাভৰ ইচ্ছাৰে তুমি মোৰ ওচৰলৈ আহিছা, সেই প্ৰাপ্তিৰ সময় এতিয়া আহি পৰিছে।
सिद्ध उवाच