Kṛṣṇa–Arjuna Saṃvāda in Indraprastha: Consolation, Legitimation, and Leave for Dvārakā (आश्वमेधिकपर्व, अध्याय १५)
उक्तो बहुविध॑ राजा तत्र तत्र युधिष्ठिर: । सह भीष्मेण यद् युक्तमस्माभि: शोककारिते
শোকত আচ্ছন্ন ৰজা যুধিষ্ঠিৰৰ দুখ দূৰ কৰিবলৈ মানুহক যি যি উপদেশ যথোচিত আছিল, সেয়া ভীষ্মসহ আমি বিভিন্ন ঠাইত বিভিন্ন ধৰণে দিছিলোঁ; আৰু তেওঁক বহু প্ৰকাৰে বুজাইছিলোঁ।
वायुदेव उवाच