Adhyāya 9: Pratiśruta-Dāna
The Duty to Fulfill Promised Gifts
एवमेव च मां नित्यं ब्राह्मणा: संदिशन्ति वै । प्रतिश्रुत्य भवेद् देयं नाशा कार्या द्विजोत्तमे
ব্ৰাহ্মণসকলে মোক সদায় এই উপদেশেই দিছিল—এবাৰ প্ৰতিশ্ৰুতি দিলে সেই বস্তু ব্ৰাহ্মণক নিশ্চয়কৈ দিব লাগে। শ্ৰেষ্ঠ ব্ৰাহ্মণৰ আশা কেতিয়াও ভাঙিব নালাগে।
भीष्म उवाच