Go-mahātmyam: Pavitrāṇāṃ Pavitraṃ
Cows and Ghee as Supreme Purifiers
प्रजातान्येव भूतानि प्राक्रोशन् वृत्तिकांक्षया । वृत्तिदं चान्वपद्यन्त तृषिता: पितृमातृवत्
সকলো ভূত জন্ম লওঁতেই জীৱিকাৰ আকাঙ্ক্ষাৰে কাতৰ হৈ চিঞৰিবলৈ ধৰিলে। যেনেকৈ ভোক-পিয়াহত শিশু পিতৃ-মাতৃৰ ওচৰলৈ যায়, তেনেকৈ সকলো জীৱ উপজীৱনদাতাৰ শৰণ ল’লে।
भीष्म उवाच