Bhūmi-dānasya Māhātmya
The Pre-eminence of Land-Gift
स्थावराणां च भूतानां जातय: षटू् प्रकीर्तिता: । वृक्षगुल्मलतावलल्ल्यस्त्वक्सारास्तृणजातय:
স্থাৱৰ ভূতৰ ছয়টা জাতি কোৱা হৈছে—বৃক্ষ (বট-পিপল আদি), গুল্ম (কুশ আদি), লতা (গছত বগাই পসৰা লতা), বল্লী (মাটিত পসৰা লতা), ত্বকসাৰ (বাঁহ আদি) আৰু তৃণ (ঘাঁহ আদি)।
भीष्म उवाच