Vivāha-dharma: Kanyā-pradāna, Śulka, and Pāṇigrahaṇa-niṣṭhā (अनुशासन पर्व, अध्याय ४४)
क्लिश्यमानमनड्रेन त्वत्संकल्पभवेन ह । तत् सम्प्राप्तं हि मां सुभ्रु पुरा कालो$तिवर्तते
“সুভ্ৰু! তোমাৰ চিন্তাৰ পৰা উদ্ভৱ হোৱা অনঙ্গে মোক বৰ ক্লেশ দিছে; সেই কাৰণেই মই তোমাৰ ওচৰলৈ আহিছোঁ। এতিয়া বিলম্ব নকৰিবা—কাল অতিক্ৰম হৈ আছে।”
भीष्म उवाच