स्त्रीस्वभावप्रश्नः — Nārada and Pañcacūḍā on Strī-svabhāva
Anuśāsana-parva 38
सर्वार्था: सुहृदस्तात ब्राह्मणा: सुमनोमुखा: । गीर्भिमड्नलयुक्ताभिरनुध्यायन्ति पूजिता:
তাত! ব্ৰাহ্মণসকল সকলো অভীষ্ট সিদ্ধ কৰোঁতা, সকলোৰে সুহৃদ আৰু দেৱতাসকলৰ মুখস্বৰূপ। তেওঁলোক পূজিত হ’লে মঙ্গলময় বাক্যৰে আশীৰ্বাদ দি মানুহৰ কল্যাণৰ কথাই চিন্তা কৰে।
भीष्म उवाच