स्त्रीस्वभावप्रश्नः — Nārada and Pañcacūḍā on Strī-svabhāva
Anuśāsana-parva 38
श्रद्धया परया युक्ता हानभिद्रोहलब्धया । दमस्वाध्यायनिरता: सर्वान् कामानवाप्स्यथ
হে দ্বিজগণ! যদি তোমালোক কোনো প্ৰাণীৰ প্ৰতি দ্ৰোহ নকৰাৰ ফলত লাভ কৰা পৰম শ্ৰদ্ধাৰে যুক্ত হৈ ইন্দ্ৰিয়-সংযম আৰু স্বাধ্যায়ত নিৰত থাক, তেন্তে তোমালোক সকলো কামনা লাভ কৰিবা।
भीष्म उवाच