Pūjya-namaskārya-prakaraṇa
On Those Worthy of Honor and Salutation
मतडज् उवाच इदं वर्षसहसंर वै ब्रह्मचारी समाहित: । अतिष्ठमेकपादेन ब्राह्म॒ण्यं नाप्तुयां कथम्
মাতঙে ক’লে—দেৱৰাজ! মই ব্ৰহ্মচৰ্য পালন কৰি একাগ্ৰচিত্তে এক ভৰিৰ ওপৰত থিয় হৈ সহস্ৰ বছৰ তপস্যা কৰিছোঁ। তেন্তে মোৰ ব্ৰাহ্মণ্য কেনেকৈ লাভ নহ’ব?
मतडज् उवाच