दिष्ट्या प्राप्तोड्सि कौन्तेय सहामात्यो युधिष्ठिर । परिवृत्तो हि भगवान् सहस्रांशुर्दिवाकर:
কৌন্তেয় যুধিষ্ঠিৰ! সৌভাগ্য যে তুমি মন্ত্ৰীৰ সৈতে ইয়াত উপস্থিত হৈছা। সহস্ৰ কিৰণধাৰী ভগৱান দিবাকৰ সূৰ্য দাক্ষিণায়নৰ পৰা উত্তৰায়নৰ দিশে ঘূৰি আহিছে।
वैशम्पायन उवाच