युधिष्ठिरो5हं नृपते नमस्ते जाह्नवीसुत । शृणोषि चेन्महाबाहो ब्रूहि किं करवाणि ते
হে জাহ্নৱীসুত, হে নৃপতে, হে মহাবাহো! মই যুধিষ্ঠিৰ; আপোনাক প্ৰণাম কৰোঁ। যদি আপুনি মোৰ কথা শুনি পাইছে, তেন্তে কওক—মই আপোনাৰ কি সেৱা কৰিম?
वैशम्पायन उवाच