मा विघ्नं॑ मा च मे पापं मा च मे परिपन्थिन: । ध्रुवो जयो मे नित्य: स्यात् परत्र च शुभा गति:
ইয়াৰ স্মৰণে মোৰ ওপৰত কোনো বিঘ্নৰ আক্ৰমণ নহওক, মোৰ দ্বাৰা পাপ নঘটক, আৰু চোৰ-ডকাইতৰ জোৰ মোৰ ওপৰত নচলক। এই লোকত মোক সদায় স্থিৰ জয় লাভ হওক আৰু পৰলোকতো শুভ গতি প্ৰাপ্ত হওক।
भीष्म उवाच