यदा प्रमाणं प्रसव: स्वभावश्च सुखासुखे । दंशकीटपिपीलानां स्थिरो भव युधिछिर
যুধিষ্ঠিৰ! ডাঁহ, কীট আৰু পিপীলিকা আদি জীৱক যি যি যোনিত জন্ম দিয়ে আৰু সিহঁতক সুখ-দুখ ভোগ কৰায়—তাৰ প্ৰমাণ আৰু কাৰণ সিহঁতৰ নিজ কৰ্মানুসাৰে গঢ়া স্বভাৱেই। এই কথা ভাবি স্থিৰ হওক।
भीष्म उवाच