भीष्म उवाच ईहमान: समारम्भान् यदि नासादयेद् धनम् । उग्र॑ तप: समारोहेन्न हानुप्तं प्ररोहति
ভীষ্মে ক’লে—বৎস! নানা প্ৰকাৰ চেষ্টা আৰু উদ্যোগ কৰিও যদি মানুহে ধন লাভ নকৰে, তেন্তে তেওঁ উগ্ৰ তপস্যাৰ আশ্ৰয় ল’ব লাগে; কিয়নো বীজ নোবোৱালে অঙ্কুৰ গজে নাহে।
भीष्म उवाच