Previous Verse
Next Verse

Shloka 5

प्रत्यक्ष कारणं दृष्टवा हैतुका: प्राज्ञमानिन: । नास्तीत्येवं व्यवस्यन्ति सत्यं संशयमेव च

প্ৰত্যক্ষ কাৰণকেই দেখি, নিজকে জ্ঞানী বুলি মানি লোৱা হেতুবাদী তৰ্কিকসকলে পৰোক্ষ বস্তুৰ অস্তিত্ব অস্বীকাৰ কৰে; আৰু যি সত্য, তাৰ অস্তিত্বতো সন্দেহেই কৰে।

भीष्म उवाच