इमां गाथां गायमानश्चत्वरेषु सभासु च । दुर्वाससं वासयेत् को ब्राह्मुणं सत्कृतं गृहे
সেই ব্ৰাহ্মণ-দেৱতা ইয়ালৈ আহোঁতে, ধৰ্মশালা আৰু চৌমাথাত এই গাথা গাই গাই ফুৰিছিল—“মোক, দুর্বাসা ব্ৰাহ্মণক, কোনে নিজৰ ঘৰত সৎকাৰসহ আশ্ৰয় দিব?”
वायुदेव उवाच