भीष्म उवाच इत्युक्त: स तदा तूष्णीमभूद् वायुस्ततो<ब्रवीत् । शृणु राजन् वसिष्ठस्य मुख्यं कर्म यशस्विन:
ভীষ্মে ক’লে— এনেদৰে কোৱাৰ পাছতো সি তেতিয়া নীৰৱেই থাকিল। তেতিয়া বায়ুদেৱে ক’লে— “হে ৰাজন! এতিয়া যশস্বী ঋষি বশিষ্ঠৰ মুখ্য শ্ৰেষ্ঠ কৰ্ম শুনা।”
भीष्म उवाच