एते वै पान्ति वर्षन्ति भान्ति वान्ति सृजन्ति च । एते विनायका: श्रेष्ठा दक्षा: शान्ता जितेन्द्रिया:
এৱেঁই জগত ৰক্ষা কৰে, বৰষুণ বৰ্ষায়, পোহৰ দিয়ে, বায়ু প্ৰবাহিত কৰে আৰু প্ৰজাৰ সৃষ্টিও কৰে। এৱেঁই বিঘ্নৰ অধিপতি বিনায়ক—শ্ৰেষ্ঠ, দক্ষ, শান্ত আৰু জিতেন্দ্ৰিয়।
भीष्म उवाच