शान्तिस्वस्तिकरा लोके दिशांपाला: प्रकीर्तिता: । यस्यां यस्यां दिशि होते तन्मुख: शरणं व्रजेत्
এই সকলো ঋষি লোকত শান্তি আৰু স্বস্তি দানকাৰী আৰু দিশাৰ পালক বুলি কীৰ্তিত। তেওঁলোক যি যি দিশাত বাস কৰে, সেই সেই দিশালৈ মুখ কৰি তেওঁলোকৰ শৰণ ল’ব লাগে।
भीष्म उवाच