वेदान्तगो ब्राह्मण: स्यात् क्षत्रियो विजयी भवेत् । वैश्यो धनसमृद्धः स्याच्छूद्र: सुखमवाप्रुयात्
vedāntago brāhmaṇaḥ syāt kṣatriyo vijayī bhavet | vaiśyo dhanasamṛddhaḥ syāc chūdraḥ sukham avāpnuyāt ||
ভীষ্মে ক’লে—এই বিষ্ণুসহস্ৰনামৰ শ্ৰৱণ, পাঠ আৰু কীৰ্তনে ব্ৰাহ্মণ বেদান্তত পাৰদৰ্শী হয়; ক্ষত্ৰিয় যুদ্ধত বিজয়ী হয়; বৈশ্য ধনে সমৃদ্ধ হয়; আৰু শূদ্ৰ সুখ লাভ কৰে।
भीष्म उवाच