कल्मषापहर-कीर्तनम् / Kīrtana for the Removal of Impurity
अपरे स्तम्भिनो नित्यं मानिन: पापतो रता: । आसनार्हसय ये पीठं न प्रयच्छन्त्यचेतस:
ইয়াৰ উপৰিও কিছুমান মানুহ আছে, যিসকল সদায় দম্ভ আৰু অহংকাৰত ফুলি থাকে আৰু পাপত আসক্ত থাকে। সেই মূঢ়সকলে আসনাৰ্হ পূজ্য পুৰুষক বহিবলৈ পীঠ বা চৌকি পৰ্যন্তো নিদিয়ে।
श्रीमहेश्वर उवाच