Pratisarga-pravartana (How Re-Creation Proceeds) / पुनःसर्ग-प्रवर्तन
मन्वन्तरेश्वराणां च यः कीर्तिं प्रथयेदिमाम् / देवतानामृषीणां च भूरिद्रविमतेजसाम्
manvantareśvarāṇāṃ ca yaḥ kīrtiṃ prathayedimām / devatānāmṛṣīṇāṃ ca bhūridravimatejasām
যি এইদৰে মন্বন্তৰৰ অধীশ্বৰসকলৰ আৰু অপাৰ ঐশ্বৰ্য-তেজসম্পন্ন দেৱতা-ঋষিসকলৰ কীৰ্তি প্ৰচাৰ কৰে,