भण्डपुत्रशोकः (Bhaṇḍa’s Lament for His Sons) — Lalitopākhyāna Episode
फेत्कारैश्च गचेन्द्राणां भयेनाक्रन्दनैरपि / हेषया च हयश्रेण्या रथचक्रस्वनैरपि
phetkāraiśca gacendrāṇāṃ bhayenākrandanairapi / heṣayā ca hayaśreṇyā rathacakrasvanairapi
গজেন্দ্ৰৰ ফেত্কাৰ, ভয়ত উঠা আক্রন্দন, ঘোঁৰাৰ শ্ৰেণীৰ হেষাধ্বনি আৰু ৰথচক্ৰৰ শব্দেৰে (ৰণভূমি মুখৰিত হ’ল)।