भण्डपुत्रशोकः (Bhaṇḍa’s Lament for His Sons) — Lalitopākhyāna Episode
हा समस्तसुरश्रेष्ठमदभञ्जनतत्पराः / हा समस्तसुरस्त्रीणामन्तर्मोहनमन्मथाः
hā samastasuraśreṣṭhamadabhañjanatatparāḥ / hā samastasurastrīṇāmantarmohanamanmathāḥ
হায় যিসকলে সকলো দেৱশ্ৰেষ্ঠৰ মদ ভাঙিবলৈ তৎপৰ আছিলা! হায় যিসকলে সকলো দেৱনাৰীৰ অন্তৰ মোহিত কৰা মন্মথসম আছিলা!