विषङ्गपलायनम् (Viṣaṅga-palāyanam) — Aftermath of the First Battle Day
निवर्तस्व रणोत्साहात्प्रणामस्ते विधीयते / इति ताभ्यां प्रार्थितापि प्राचलद्दृढनिश्चया
nivartasva raṇotsāhātpraṇāmaste vidhīyate / iti tābhyāṃ prārthitāpi prācaladdṛḍhaniścayā
‘ৰণোৎসাহ এৰি উভতি আহা; আমি তোমাক প্ৰণাম কৰোঁ’ বুলি দুয়োজনে অনুৰোধ কৰিলেও তাই দৃঢ়নিশ্চয়ে আগবাঢ়িল।