विषङ्गपलायनम् (Viṣaṅga-palāyanam) — Aftermath of the First Battle Day
महाप्रमादः समभूदिति नः श्रुतमंबिके / कूटयुद्धप्रकारेण दैत्यैरपकृतं खलैः
mahāpramādaḥ samabhūditi naḥ śrutamaṃbike / kūṭayuddhaprakāreṇa daityairapakṛtaṃ khalaiḥ
হে অম্বিকে! মহা প্ৰমাদ ঘটিছে বুলি আমি শুনিছোঁ; দুষ্ট দৈত্যসকলে কূটযুদ্ধৰ প্ৰকাৰৰে ছল কৰি অপকাৰ কৰিছে।