विषङ्गपलायनम् (Viṣaṅga-palāyanam) — Aftermath of the First Battle Day
सा च पुत्री महाराज्ञ्याः विध्वस्तासुरमैनिका / मन्त्रिणीदण्डनाथाभ्यामालिङ्ग्यत भृशं मुदा
sā ca putrī mahārājñyāḥ vidhvastāsuramainikā / mantriṇīdaṇḍanāthābhyāmāliṅgyata bhṛśaṃ mudā
অসুৰসেনা বিধ্বস্ত কৰা মহাৰাজ্ঞীৰ সেই কন্যাক মন্ত্ৰিণী আৰু দণ্ডনাথ দুয়োয়ে অপাৰ আনন্দে আলিঙ্গন কৰিলে।