भण्डासुरस्य मन्त्रणा
Bhaṇḍāsura’s War-Counsel against Lalitā
तिथिनित्या उचुः / देवदेवी महाराज्ञी तवाग्रे ब्रेक्षितां चमूम् / दण्डिनीमन्त्रनाथादिमहाशक्त्याभपालिताम्
tithinityā ucuḥ / devadevī mahārājñī tavāgre brekṣitāṃ camūm / daṇḍinīmantranāthādimahāśaktyābhapālitām
তিথিনিত্যাসকলে ক’লে— হে দেবদেৱী মহাৰাজ্ঞী! আপোনাৰ সন্মুখত দণ্ডিনী, মন্ত্রনাথ আদি মহাশক্তিসমূহে ৰক্ষিত সেই সেনাবাহিনী আমি দেখিছোঁ।