भण्डासुरस्य मन्त्रणा
Bhaṇḍāsura’s War-Counsel against Lalitā
करोति बलिनं क्लीबं धनिनं धनवर्जितम् / दीर्घायुषमनायुष्कं दुर्धाता भवितव्यता
karoti balinaṃ klībaṃ dhaninaṃ dhanavarjitam / dīrghāyuṣamanāyuṣkaṃ durdhātā bhavitavyatā
দুৰ্ধাতা ভবিতব্যতা— সেই বিধি— বলৱানক দুর্বল কৰে, ধনীক ধনহীন কৰে, দীঘলীয়া আয়ুক অল্পায়ু কৰে।